পৰিসমাপ্তিপৰিসীমা

পৰিসাংখ্যিক সম্ভাৱিতা (Assamese) [ Roman: po.ri.xang.khyik xom.bha.bi.ta]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-10
1. Statistics(Abstract Noun) in an actual scientific trial, the ratio of the number of positive outcomes of experiments কোনো ঘটনাৰ সম্ভাৱনাক যি সাংখ্যিক মাপেৰে প্ৰকাশ কৰা হয় - ঘটিত মুঠ ফলাফলৰ সংখ্যা আৰু মুঠ প্ৰচেষ্টাৰ সংখ্যাৰ অনুপাত